মেঘালয়ৰ পুস্কৰনীপাৰাত ইছলামিক কনফাৰেন্স
তুৰা, ১৬ ডিচেম্বৰ (হি.স.)। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পুস্কৰনীপাৰাত বিৰাট তাফছিৰুল কোৰ-আন মাহফিল আৰু ইছলামিক কনফাৰেন্স। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ পুস্কৰনীপাৰাত বিৰাট তাফছিৰুল কোৰ-আন মাহফিল আৰু ইছলামিক কনফাৰেন্সৰ আয়োজন কৰে ।

মুখ্য অতিথি হিচাপে উপস্থিত আছিল এআইইউডিএফ প্ৰধান তথা ধুবুৰীৰ প্ৰাক্তন সাংসদ হজৰত মৌলানা বদৰুদ্দিন আজমল লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল ভাৰত বিখ্যাত বিশিষ্ট স্কোলাৰ মনোৱাৰ জামা।

আজিৰ এই কনফাৰেন্সৰ জৰিয়তে সমাজত শিক্ষাৰ প্ৰতি গুৰুত্ব দি অবৈতনিক কাৰ্যকলাপ যে ড্ৰাগছ সেৱন, বাল্যবিবাহ, শিশু শ্ৰমিক আদিৰ বিৰুদ্ধে থিয় দিয়া। উক্ত কনফাৰেন্স মেহফিলত হাজাৰ হাজাৰ পুৰুষ মহিলা লগতে অসম মেঘালয়ৰ বিভিন্ন স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী সকলৰ লগতে মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰী সকল অংশগ্ৰহণ কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা

 rajesh pande