Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
05 Nov 2025
ধেমাজি, ০৫ নৱেম্বৰ (হি.স.)। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ চৰ্তুদশ মৃত্যু বাৰ্ষিকীৰ উদযাপন। ধেমাজি কাছাৰী ময়দানত ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ চৰ্তুদশ মৃত্যু বাৰ্ষিকীৰ উদযাপন কৰা হয় ৷ শিক্ষামন্ত্ৰী..
নলবাৰী, ০৫ নৱেম্বৰ (হি.স.)। আজিৰে পৰা আৰম্ভ হৈছে নলবাৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱ। নলবাৰী হৰিমন্দিৰত ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ ৰাস মহোৎসৱ । আজি হৰি মন্দিৰৰ পতাকা উত্তোলন কৰে নলবাৰী হৰিমন্দিৰৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত..
গোলাঘাট, ০৫ নৱেম্বৰ (হি.স.)। আজি সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ১৪ সংখ্যক স্মৃতি দিৱস ৰাজ্য আৰু দেশৰ লগতে বোকাখাততো আজি ভাৰতৰত্ন, সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ বোকাখাত ঔদ্যোগিক আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ সন্মুখত মৃত্যুৰ এমাহৰ..
কামৰূপ, ০৫ নৱেম্বৰ (হি.স.)। ৰাজ্যৰ আন-আন প্ৰান্তৰ লগতে হাজোৰ সত্ৰনগৰী ৰামদিয়াতো ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা আজিৰে পৰা ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে । ৰামদিয়া হিতসাধিনী সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা ১২৪ সংখ্যক ৰামদিয়া ৰাসমহোৎসৱৰ আজি আনুষ্ঠান..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha