ইন্দিৰা গান্ধীৰ ৪১ সংখ্যক মৃত্যু বাৰ্ষিকীত মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শুকুৰবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৪১ সংখ্যক মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন
इंदिरा गांधी की 41वीं पुण्यतिथि पर सोनिया गांधी, राहुल गांधी और मल्लिकार्जुन खरगे नेताओं ने दी श्रद्धांजलि


इंदिरा गांधी की 41वीं पुण्यतिथि पर सोनिया गांधी, राहुल गांधी और मल्लिकार्जुन खरगे नेताओं ने दी श्रद्धांजलि


নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শুকুৰবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৪১ সংখ্যক মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

নতুন দিল্লীৰ ইন্দিৰা গান্ধী স্মাৰকত ইন্দিৰা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্প অৰ্পণ কৰে কংগ্ৰেছৰ তিনিজন জ্যেষ্ঠ নেতাই। এই উপলক্ষে কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ নেতা-কৰ্মী উপস্থিত থাকে। ৰাষ্ট্ৰ-নিৰ্মাণৰ ক্ষেত্ৰত ইন্দিৰা গান্ধীৰ অৱদানক স্মৰণ কৰি, তেওঁৰ ত্যাগক দেশৰ ইতিহাসৰ এক অবিস্মৰণীয় অধ্যায় হিচাপে আখ্যা দিয়া হয়।

ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক ১৯৮৪ চনৰ ৩১ অক্টোবৰত নিজৰ নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande