কামৰূপ, ১৫ অক্টোবৰ (হি.স.)। দক্ষিণ কামৰূপৰ ছয়গাঁৱত এক অঘটন সংঘটিত হৈছে ৷ ছয়গাঁৱৰ কলহী নৈত এজন যুৱকে জাঁপ দিয়াৰ কথা জানিব পৰা গৈছে ৷ আজি বুধবাৰে সংঘটিত হৈছে এই ঘটনা। যুৱকজন ছয়গাঁও সোণাৰীপাৰাৰ ৰমেন ডেকাৰ পুত্ৰ জিতু ডেকা (২২) বুলি পৰিচয় পোৱা গৈছে ৷
Invalid email address
संपर्क करें
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001