Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
14 Oct 2025
কামৰূপ, ১৪ অক্টোবৰ (হি.স.)। যুগদ্ৰষ্টাৰ মহাপ্ৰয়াণৰ আজি ২৬ দিন। প্ৰিয় শিল্পী গৰাকীক অকালতে হেৰুৱাই আজিও মৰ্মাহত সকলো। সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ সোঁত কমা নাই অনুৰাগীৰ। এগচি বন্তি, এখন গামোছা আৰু এধাৰি মালাৰে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এনেদৰে নিতৌ ভিৰ ..
শিৱসাগৰ, ১৪ অক্টোবৰ (হি.স.)। ডিমৌৰ ধোন্দৰমুখ কোঁৱৰ গাৱৰ ডিমৌ নদীত অঘটন। নদীত মাছ ধৰিবলৈ গৈ দুজনৰ সলিল সমাধি। পালেঙী কচাৰী পথাৰৰ মোহন গগৈ আৰু কোচ গাঁওৰ মন্টু (তীখ) গগৈ বুলি চিনাক্ত । ইতিমধ্যে লগৰীয়া মাছমৰীয়াই মৃতদেহ উদ্ধাৰৰ বাবে নদীত আৰম্ভ ..
গোৱালপাৰা, ১৪ অক্টোবৰ (হি.স.)। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰাত আছুৰ প্ৰতিবাদ । গোৱালপাৰা আছুৰ কাৰ্যালয়ৰ সন্মুখত আছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে গোৱালপাৰা জিলা ছাত্ৰ সন্থাই প্ৰাণৰ শিল্পী জুবিন ..
গোৱালপাৰা, ১৪ অক্টোবৰ (হি.স.)। গোৱালপাৰাৰ আগিয়াৰ বাবুপাৰাত এক ভয়ংকৰ বাছ দূৰ্ঘটনা সংঘটিত হয়। বাছ দূৰ্ঘটনাটোৰ ফলত গুৰুতৰ ভাবে আহত হয় কেইবাজনো বাছ যাত্ৰী। বাছ আৰু এখন চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ ফলত উক্ত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha