১ ফেব্ৰুৱাৰীত মুকলি হ'ব জাগীৰোডৰ জাগীভকতগাঁৱৰ নৱ নিৰ্মিত দলং
মৰিগাঁও, ২১ জানুৱাৰী (হি.স.)। জাগীৰোড-মৰিগাঁও সংযোগী গড়কাপ্তানি পথত থকা কপিলী নৈৰ ওপৰত থকা ভকতগাঁ‌ও দলং ১ ফ্ৰেব্ৰুৱাৰীত ৰাইজৰ বাবে মুকলি কৰিব। বহু দিনীয়া প্ৰতিক্ষাৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিব নৱনিৰ্মিত দলংখন। ৮০ কোট
১ ফেব্ৰুৱাৰীত মুকলি হ'ব জাগীৰোডৰ জাগীভকতগাঁৱৰ নৱ নিৰ্মিত দলং


১ ফেব্ৰুৱাৰীত মুকলি হ'ব জাগীৰোডৰ জাগীভকতগাঁৱৰ নৱ নিৰ্মিত দলং


মৰিগাঁও, ২১ জানুৱাৰী (হি.স.)। জাগীৰোড-মৰিগাঁও সংযোগী গড়কাপ্তানি পথত থকা কপিলী নৈৰ ওপৰত থকা ভকতগাঁ‌ও দলং ১ ফ্ৰেব্ৰুৱাৰীত ৰাইজৰ বাবে মুকলি কৰিব। বহু দিনীয়া প্ৰতিক্ষাৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিব নৱনিৰ্মিত দলংখন।

৮০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হৈছে দলংখন। আজি মন্ত্ৰী পীযুষ হাজৰিকাই দলং খনত উপস্থিত হৈ কামৰ অগ্ৰগতিৰ বুজ লয়। উপস্থিত থাকে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande