কুপৱাৰাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত মুখামুখি সংঘৰ্ষ
জম্মু, ২৭ জুলাই (হি.স.)। দক্ষিণ কাশ্মীৰৰ কুপৱাৰা জিলাত আৰম্ভ হৈছে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ ঘটনা। বাতৰি লিখাৰ সময়লৈকে কোনো সন্ত্ৰাসবাদী ধৰা পৰা বা ধৰাশায়ী হোৱাৰ কোনো তথ্য নাই। জানিব পৰা মতে, সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ কুপৱ
সেনা


জম্মু, ২৭ জুলাই (হি.স.)। দক্ষিণ কাশ্মীৰৰ কুপৱাৰা জিলাত আৰম্ভ হৈছে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ ঘটনা। বাতৰি লিখাৰ সময়লৈকে কোনো সন্ত্ৰাসবাদী ধৰা পৰা বা ধৰাশায়ী হোৱাৰ কোনো তথ্য নাই।

জানিব পৰা মতে, সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ কুপৱাৰা জিলাৰ ত্ৰেহগাম অঞ্চলত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে। ইফালে কুমকাদি পোষ্টৰ সমীপত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ দেখা গৈছে। সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীক দেখাৰ লগে লগে গুলীচালনা আৰম্ভ কৰে। ইয়াৰ পিছত আৰম্ভ হয় সংঘৰ্ষ। বাতৰি লিখাৰ সময়লৈকে চলি আছে এই এনকাউণ্টাৰ। বিতং প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে।

হিন্দুস্থান সমাচাৰ / বলৱান

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande