নগাঁৱত চৰকাৰী শিক্ষানুষ্ঠানে কঢ়িয়াইছে আশাৰ বতৰা
নগাঁও, ০৯ মে' (হি.স.)। নগাঁৱত চৰকাৰী শিক্ষানুষ্ঠানে কঢ়িয়াইছে আশাৰ বতৰা। বিজ্ঞান শাখাত উজলিল ডাউচন
নগাঁৱত চৰকাৰী শিক্ষানুষ্ঠানে কঢ়িয়াইছে আশাৰ বতৰা


নগাঁও, ০৯ মে' (হি.স.)। নগাঁৱত চৰকাৰী শিক্ষানুষ্ঠানে কঢ়িয়াইছে আশাৰ বতৰা। বিজ্ঞান শাখাত উজলিল ডাউচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়। ছাত্ৰী ৰাজনন্দিনী বৈদ্যৰ সন্তোষজনক ফলাফল। বিজ্ঞান শাখাত নগাঁও জিলাৰ ভিতৰতে শ্ৰেষ্ঠ।

৯৬.২ শতাংশ নম্বৰ পাবলৈ সক্ষম হয় মেধাৱী ছাত্ৰী গৰাকীৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাতো অষ্টম স্থান লাভ কৰিছিল ছাত্ৰী গৰাকীয়ে। বিদ্যালয় খনৰ অধ্যক্ষ তপন কুমাৰ বৈদ্যৰ কন্যা ৰাজনন্দিনী। বিজ্ঞান শাখাৰ আটাইয়ে প্ৰথম বিভাগত উত্তীৰ্ণ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande