চৰাইদেউত পিষ্টলসহ দুই নগা যুৱক আটক
চৰাইদেউ, ০৮ মে' (হি.স.)। চৰাইদেউত পিষ্টলসহ দুই নগা যুৱক আটক। আচাম ৰাইফলচৰ অভিযানত চৰাইদেউৰ অসম নাগাল
চৰাইদেউত পিষ্টলসহ দুই নগা যুৱক আটক


চৰাইদেউ, ০৮ মে' (হি.স.)। চৰাইদেউত পিষ্টলসহ দুই নগা যুৱক আটক। আচাম ৰাইফলচৰ অভিযানত চৰাইদেউৰ অসম নাগালেণ্ড সীমান্তৰ চিংফাং গেটত পিষ্টলসহ আটক দুই নগা যুৱক।

আটকাধীন নগা যুৱক দুজন হল আচিং কন্যাক আৰু লংজেই কন্যাক বুলি চিনাক্ত।আটকাধীন নগা যুৱক দুজনৰ পৰা এটা পইণ্ট ২২ পিষ্টল আৰু পাচঁ ৰাউণ্ড সজীৱ গুলী আৰু দুটা মবাইল ফোন উদ্ধাৰ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande