প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীৰ সৈতে তৰ্কা তৰ্কিত লিপ্ত আৰক্ষীকোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ওচৰত এটা ভোটকেন্দ্ৰৰ বাহিৰত উত্তপ্ত পৰিস্থিতি ৷
কোকৰাঝাৰ, ০৭ মে’(হি.স.)। কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ওচৰত এটা ভোট কেন্দ্ৰৰ বাহিৰত উত্তপ্ত পৰিস্থিত
প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীৰ সৈতে তৰ্কা তৰ্কিত লিপ্ত আৰক্ষীকোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ওচৰত এটা ভোটকেন্দ্ৰৰ বাহিৰত উত্তপ্ত পৰিস্থিতি ৷


কোকৰাঝাৰ, ০৭ মে’(হি.স.)। কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ওচৰত এটা ভোট কেন্দ্ৰৰ বাহিৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি৷ বিপিএফৰ কৰ্মীক আটক কৰাক লৈ হয় এই উত্তপ্ত পৰিস্থিতি৷

কি কাৰণত আটক কৰিলে সেয়া অদ্যাপি জানিব পৰা হোৱা নাই৷ প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীৰ সৈতেও হয় আৰক্ষীৰ তৰ্কাতৰ্কি ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande