বাক্সাৰ ডুমনি বাগানৰ বিভিন্ন ভোটকেন্দ্ৰত প্ৰতিকূল বতৰকো নেওচি ভোট দান
বাক্সা, ০৭ মে’ (হি.স.)। তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আজি পুৱা সাত বজাৰ পৰা আৰম্ভ হয়। ১নং কোকৰাঝাৰ লোক সভা
বাক্সাৰ ডুমনি বাগানৰ বিভিন্ন ভোটকেন্দ্ৰত প্ৰতিকূল বতৰকো নেওচি ভোট দান


বাক্সা, ০৭ মে’ (হি.স.)। তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আজি পুৱা সাত বজাৰ পৰা আৰম্ভ হয়। ১নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ বাক্সা বিধান সভা সমষ্টিৰ ডুমনি বাগানৰ ২০,২১ আৰু ১৯ নং কেন্দ্ৰত ভোটাৰ সকলে প্ৰতিকূল বতৰকো নেওচি ছাটি লৈ ভোট প্ৰদান কৰা দেখা গৈছে।

ভোটাৰ সকলৰ ভাষ্য আদিবাসী সকলক শিক্ষাত আগুৱাই লৈ যোৱা, জনজাতি কৰন কৰা, প্ৰাৰ্থীক গুৰুত্ব দিয়াৰ কথা কোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ ভাষ্য আমি দুখীয়া যিয়ে ঘৰ দিব, অৰুণোদয় দিব তেনে চৰকাৰ এখনৰ পক্ষত বুলি মন্তব্য আগবঢায়।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ


 rajesh pande