পুনৰ গুগলৰ ডুডল, ভোটাৰৰ আঙুলিৰ জৰিয়তে ভোট দিবলৈ জনতাক অনুপ্ৰেৰণা
নতুন দিল্লী, ০৭ মে’ (হি.স.)। দেশত তৃতীয় পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনৰ বাবে আজি পুৱা ৭ বজাৰ পৰা এঘাৰখন ৰ
গুগলৰ ডুডল


নতুন দিল্লী, ০৭ মে’ (হি.স.)। দেশত তৃতীয় পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনৰ বাবে আজি পুৱা ৭ বজাৰ পৰা এঘাৰখন ৰাজ্যৰ ৯৩খন আসনত ভোটদান আৰম্ভ হৈছে। ইণ্টাৰনেট চাৰ্চ ইঞ্জিন গুগলে পুনৰবাৰ ভোটাৰক ভোটাৰ ফিংগাৰ ডুডলৰ জৰিয়তে ভোট দিবলৈ অনুপ্ৰাণিত কৰিছে। এই গুগল ডুডলত ভোট দিয়াৰ পিছত হাতৰ তৰ্জনী আঙুলিত লগোৱা চিয়াঁহী দেখুওৱা হৈছে।

গুগলে পুনৰবাৰ ভোটাৰৰ আঙুলিৰ ডুডল উচৰ্গা কৰিছে। আনকি প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়তো গুগলে ভাৰতত চলি থকা ভোটদানৰ ফলক থকা এটা ডুডল বনাইছিল।

হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ/অৰবিন্দ


 rajesh pande