১ নং কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু প্ৰশাসন
কোকৰাঝাৰ, ০৬ মে’ (হি স)। কাইলৈ অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচন। ১ নং কোকৰাঝাৰ লোকসভা সমষ
১ নং কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু প্ৰশাসন


কোকৰাঝাৰ, ০৬ মে’ (হি স)। কাইলৈ অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচন। ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচনৰ বাবে সম্পূৰ্ণ হৈছে সাজু প্ৰশাসন। ভোটকেন্দ্ৰ সমূহত ইতিমধ্যে ইভিএভ সহ যাবতীয় সামগ্ৰী লৈ ৰাওনা হৈছে পলিং আৰু প্ৰিজাইডিং বিষয়া।

তাৰমাজত লক্ষ্যনীয় ভাৱে এগৰাকী মহিলা গৃহৰক্ষীয়ে কেঁচুৱাকলৈ সাজু হৈছে ভোটকেন্দ্ৰত নিজৰ দায়িত্ব পালন কৰিবলৈ। দলিমা মুছাহাৰী নামৰ তিনি মহীয়া কেঁচুৱাৰ মাতৃয়ে এনে দায়িত্ব পালন কৰিবলৈ গ্ৰহণ কৰা বিষয়টো চৰ্চাৰ বিষয় হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande