ৰূপহীহাটৰ হাতীপুখুৰী বৰতলত ভয়ংকৰ পথ দুৰ্ঘটনা
নগাঁও, ০৬ মে (হি.স.)। ৰূপহীহাটৰ হাতীপুখুৰী বৰতলত আজি ভয়ংকৰ পথ দুৰ্ঘটনা।এখন তীব্ৰ বেগী ট্ৰাকে পিছফালৰ
ৰূপহীহাটৰ হাতীপুখুৰী বৰতলত ভয়ংকৰ পথ দুৰ্ঘটনা


নগাঁও, ০৬ মে (হি.স.)। ৰূপহীহাটৰ হাতীপুখুৰী বৰতলত আজি ভয়ংকৰ পথ দুৰ্ঘটনা।এখন তীব্ৰ বেগী ট্ৰাকে পিছফালৰ পৰা খুন্দিয়ালে এখন বাইকক ৷ এই দুৰ্ঘটনাত বাইকত থকা ৩ জনকৈ লোক গুৰুতৰভাবে আহত হয়৷

আহত লোক তিনজনক ৰাইজৰ তৎপৰতাত নগাঁও মেডিকেল কলেজত ভৰ্তি ৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এম এইছ ১৮-বিজি-৭৩৪৩। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande