লংকাত ড্ৰাগছ সহ আটক এজন
হোজাই, ০৬ মে’ (হি স)। লংকাত ড্ৰাগছ সহ এজন লোকক আটক কৰা হৈছে। লংকা আৰক্ষীৰ অভিযানত ৰে’ল লাইনৰ সমীপৰ
আটক


হোজাই, ০৬ মে’ (হি স)। লংকাত ড্ৰাগছ সহ এজন লোকক আটক কৰা হৈছে। লংকা আৰক্ষীৰ অভিযানত ৰে’ল লাইনৰ সমীপৰ পৰা আটক ৪ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ আটক বাপ্পন দাস উৰফে হীৰা দাস নামৰ এজন ২৩ বছৰীয়া যুৱক। আটকাধীন যুৱক জনৰ ঘৰ লংকাৰ ৬ নং ৱাৰ্ডত।

যুৱকজনে হোজাইৰ চিকাৰী গেইটৰ নুৰ আলী নামৰ এজন লোকৰ পৰা নিজে খাৱলৈ ড্ৰাগছ লৈছিল বুলি স্বীকাৰ কৰিছে। বৰ্তমান আটকাধীন যুৱকজনক লংকা আৰক্ষী থানাত ৰাখি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande