গনতন্ত্ৰৰ মহোৎসব সকলোকে উপভোগ কৰাৰ আহ্বান বিধান সভাৰ অধ্যক্ষ বিশ্বজীৎ দৈমাৰীৰ
কোকৰাঝাৰ, ০৫ মে (হি.স.)। আজি কোকৰাঝাৰ জিলাত উপস্থিত হৈ অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজীৎ দৈমাৰীয়ে সাংব
গনতন্ত্ৰৰ মহোৎসব সকলোকে উপভোগ কৰাৰ আহ্বান বিধান সভাৰ অধ্যক্ষ বিশ্বজীৎ দৈমাৰীৰ


কোকৰাঝাৰ, ০৫ মে (হি.স.)। আজি কোকৰাঝাৰ জিলাত উপস্থিত হৈ অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজীৎ দৈমাৰীয়ে সাংবাদিকৰ আগত কয় যে নিৰ্বাচন হল গনতন্ত্ৰৰ মহোসৎসৱ ইয়াক সকলোৱে উপভোগ কৰিব লাগে ।

তেওঁলগতে বিপিএফ দলকো সমালোচনা কৰি কয় যে, দৰংওদালগুৰী সমষ্টিত বিপিএফ দলে জয়ী হব নোৱাৰে । অহা চাৰি তাৰিখলৈ বাট চাব লাগিব বুলিও কয় অধ্যক্ষ বিশ্বজীৎ দৈমাৰী ।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande