চিথিলাত এন ডি এৰ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী অশোক সিংহাল
কোকৰাঝাৰ, ০৫ মে' (হি.স.)। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চিথিলা বাসন্তী মন্দিৰ প্ৰাংগনত আজি আবেলি এন ডি এৰ
চিথিলাত এন ডি এৰ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী অশোক সিংহল।

কোকৰাঝাৰ, ০৫ মে' (হি.স.)। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চিথিলা বাসন্তী মন্দিৰ প্ৰাংগনত আজি আবেলি এন ডি এৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। এক নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চাৰি নং বাওখুংগ্ৰী বিধানসভা সমষ্টি ভিত্তিক সমাবেশ অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল ৰাইজৰ আগত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ''ব গতিকে আপোনালোকৰ ভোটটো ট্ৰেক্টৰৰ ছবিত দিব।

এইবাৰ ট্ৰেক্টৰৰ ছবিৰ মাজত পদুম ফুল লুকাই আছে। কোকৰাঝাৰ সমষ্টিত এনেকৈ দিব লাগিব। এতিয়া কোকৰাঝাৰত শান্তি বিৰাজ কৰিছে। এই শান্তি প্ৰতিষ্ঠাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা,বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ কৃতিত্ব আছে। মন্ত্ৰী অশোক সিংহল ৰ ভাষণৰ সময়ত সভাত উপস্থিত থাকে ইএম আৰুপ কুমাৰ দে, ইউপিপিএলৰ নেতা মতিউৰ ৰহমান, বিজেপিৰ জ্যেষ্ঠ নেতা সন্তোষ।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.

 rajesh pande