চিথিলা শক্তিআশ্ৰম ফকিৰাগ্ৰাম বজাৰত জিএছপি দলৰ প্ৰাৰ্থী বিনীতা ডেকাৰ নিৰ্বাচনী প্ৰচাৰ
কোকৰাঝাৰ, ০৫ মে' (হি.স.)। চিথিলা শক্তিআশ্ৰম ফকিৰাগ্ৰাম বজাৰত জিএছপি দলৰ প্ৰাৰ্থী বিনীতা ডেকাৰ নিৰ্বা
চিথিলা শক্তিআশ্ৰম ফকিৰাগ্ৰাম বজাৰত জিএছপি দলৰ প্ৰাৰ্থী বিনীতা ডেকাৰ নিৰ্বাচনী প্ৰচাৰ


কোকৰাঝাৰ, ০৫ মে' (হি.স.)। চিথিলা শক্তিআশ্ৰম ফকিৰাগ্ৰাম বজাৰত জিএছপি দলৰ প্ৰাৰ্থী বিনীতা ডেকাৰ নিৰ্বাচনী প্ৰচাৰ। দেশৰ তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচন প্ৰচাৰ বন্ধ হবলৈ মাত্ৰ কেইটামান ঘণ্টা বাকী ।

তেনে সময়তে কোকৰাঝাৰ জিলাৰ চিথিলা শক্তিআশ্ৰম ,ফকিৰাগ্ৰাম আদি বজাৰ সমুহৰ দোকানে দোকানে ঘুৰি আজি ভোট ভিক্ষা কৰি আছে সাংসদ নবকুমাৰ শৰনীয়াৰ গণসুৰক্ষা পাৰ্টিৰ কোকৰাঝাৰ লোক সভা সমষ্টিৰ প্ৰাৰ্থী বিনীতা ডেকাই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande