মানকাচৰত অনুষ্ঠিত মিত্ৰজোঁটৰ বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
দক্ষিণ শালমাৰা,০৫ মে(হি.স.)। মানকাচৰত মিত্ৰজোঁটৰ বিজয় সংকল্প সমাৱেশ অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ
মানকাচৰত অনুষ্ঠিত মিত্ৰজোঁটৰ বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ


দক্ষিণ শালমাৰা,০৫ মে(হি.স.)। মানকাচৰত মিত্ৰজোঁটৰ বিজয় সংকল্প সমাৱেশ অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ ধুবুৰীৰ মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী গৰাকী ৷

ইতিমধ্যে মানকাচৰ জে এম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত হাজাৰ হাজাৰ লোক উপস্থিত হোৱা পৰিলক্ষিত হৈছে৷ হেলিকপ্টাৰ যোগে মানকাচৰত আহি উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী৷

আনহাতে একে সময়তে হাটশিঙিমাৰীত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা৷ সভাত উপস্থিত থাকি লুৰীণজ্যাতি গগৈ অখিল গগৈ আৰু গৌৰৱ গগৈ৷ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতো হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছে ৷

ইফালে দ মানকাচৰৰ পূৰ্বাঞ্চল কালাপানীত এআইইউডিএফৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হব৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত মানকাচৰত গৰম হৈছে ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande