বিজুলি কলিতা মেধিৰ সমৰ্থনত ডিমৰীয়াত বিজেপি যুৱ মৰ্চাৰ বিশাল বাইক ৰেলী
গুৱাহাটী, ৫ মে' (হি.স.)। বিজুলি কলিতা মেধিৰ সমৰ্থনত ডিমৰীয়াত বিজেপি যুৱ মৰ্চাৰ বিশাল বাইক ৰেলী। তৃতী
বিজুলি কলিতা মেধিৰ সমৰ্থনত ডিমৰীয়াত বিজেপি যুৱ মৰ্চাৰ বিশাল বাইক ৰেলী


বিজুলি কলিতা মেধিৰ সমৰ্থনত ডিমৰীয়াত বিজেপি যুৱ মৰ্চাৰ বিশাল বাইক ৰেলী


বিজুলি কলিতা মেধিৰ সমৰ্থনত ডিমৰীয়াত বিজেপি যুৱ মৰ্চাৰ বিশাল বাইক ৰেলী


গুৱাহাটী, ৫ মে' (হি.স.)। বিজুলি কলিতা মেধিৰ সমৰ্থনত ডিমৰীয়াত বিজেপি যুৱ মৰ্চাৰ বিশাল বাইক ৰেলী। তৃতীয় পৰ্যায় নিৰ্বাচনৰ আগমূহুৰ্তত অন্তিম পৰ্যায়ৰ প্ৰচাৰৰ দিনটোত দেওবাৰে ডিমৰীয়াৰ চৌদিশে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপিয়ে।

ডিমৰীয়া মণ্ডল বিজেপি যুৱ মৰ্চাৰ সভাপতি যতীন্দ্ৰ ডেকাৰ নেতৃত্বত উলিওৱা হয় এক বিশাল বাইক ৰেলী। ক্ষেত্ৰীৰ পৰা উলিওৱা বাইক ৰেলীটোৱে ডিমৰীয়া মণ্ডল বিজেপিৰ অন্তৰ্গত গাঁৱ সমূহৰ মাজেৰে পৰিভ্ৰমণ কৰি বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সপক্ষে ব্যাপক প্ৰচাৰ চলায়, ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে। ইপিনে সোণাপুৰতো সোণাপুৰ মণ্ডলৰ উদ্যোগত বাইক ৰেলী সম্পন্ন হয়।

হিন্দুস্থান সমাচাৰ/নাৰায়ণ/ৰমেন/আলোক.


 rajesh pande