মানকাচৰত অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰ
মানকাচৰ, ০৫ মে' (হি.স.)। ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ আজি নিৰ্বাচনী প্ৰ
মানকাচৰত অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰ


মানকাচৰ, ০৫ মে' (হি.স.)। ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ চলায় বিধায়ক অখিল গগৈয়ে। কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰ।

মানকাচৰৰ ঠাকুৰাণবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই সাংবাদিকৰ আগত বদৰুদ্দিন আজমলক লৈ কেইবাটাও মন্তব্য অখিল গগৈৰ। ২০১৪ ত এখনো আসন নাপায়, ২০২৬ ত অসমত নাইকীয়া হ''ব এআইইউডিএফ। অখিল গগৈৰ ভৱিষ্যত বাণী বদৰুদ্দিন আজমলৰ দলক লৈ।কেইদিনমান পিছত বদৰুদ্দিন আজমলৰ দলৰ সকলোৱে বিৰোধী ঐক্যত যোগদান কৰিব নহ''লে কংগ্ৰেছত যোগদান কৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande