বাইহাটা চাৰিআলিৰ ৫২ বছৰ গড়কা এখন মনসা পূজা
কামৰূপ, ০৫ মে (হি.স.)। বাইহাটা চাৰিআলিৰ এখনি ৫২ বছৰ গড়কা মনসা পূজা। যি খন মনসা পূজাত দেখা যায় সম্প্ৰ
বাইহাটা চাৰিআলিৰ ৫২ বছৰ গড়কা এখন মনসা পূজা


কামৰূপ, ০৫ মে (হি.স.)। বাইহাটা চাৰিআলিৰ এখনি ৫২ বছৰ গড়কা মনসা পূজা। যি খন মনসা পূজাত দেখা যায় সম্প্ৰীতিৰ নিদৰ্শন। বাইহাটা চৰিআলিৰ সমীপবৰ্তী বামা গাৱত অনুষ্ঠিত হয় এই মনসা পূজা খনি।

প্ৰতি বছৰে বহাগ মাহৰ ২০ তাৰিখৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা বামা গাৱৰ বুঢ়া গোসাই থানত অনুষ্ঠিত হৈ অহা এই মনসা পূজা খনিত গাও খনত থকা মুছলমান সম্প্ৰদায়ৰ প্ৰায় ৩৫ শতাংশ লোকেও পৰোক্ষভাবে পূজা খনিত সহায়ৰ হাত আগবঢ়ায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande