ৰূপহীহাট আৰক্ষীৰ জালত তিনিজন আইপিএল জুৱাৰী
নগাঁও, ২৮ এপ্ৰিল(হি.স.)।ৰূপহীহাট আৰক্ষীৰ জালত কালি নিশা তিনিজনকৈ আইপিএল জুৱাৰী ।যোৰহাট আৰক্ষীয়ে আই
ৰূপহীহাট আৰক্ষীৰ জালত তিনিজন আইপিএল জুৱাৰী


নগাঁও, ২৮ এপ্ৰিল(হি.স.)।ৰূপহীহাট আৰক্ষীৰ জালত কালি নিশা তিনিজনকৈ আইপিএল জুৱাৰী ।যোৰহাট আৰক্ষীয়ে আইপিএল জুৱাৰ বিৰুদ্ধে অভিযান চলোৱাৰ পিছত তীব্ৰতৰ হৈ পৰে ৰূপহীহাটত আৰক্ষীৰ।

ৰূপহীহাট আৰক্ষীয়ে কেইবাটাও স্থানত অভিযান চলাই আটক কৰে তিনি আইপিএল জুৱাৰীক। আটকাধীন জুৱাৰী কেইটা হ'ল ছাইদৰীয়াৰ জহিৰুল ইছলাম, ৰূপহী তিনিআলিৰ ৰেকিব আহমেদ ফাকলীৰ তাইজুল ইছলাম। আৰক্ষীয়ে আটকাধীন তিনিওক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande