গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙী মৌজাৰ ভিন্ন প্ৰান্তত প্ৰবল ধুমুহা বৰষুণৰ তাণ্ডৱ
গোলাঘাট, ২৮ এপ্ৰিল (হি.স.)। গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙী মৌজাৰ ভিন্ন প্ৰান্তত প্ৰবল ধুমুহা বৰষুণৰ তাণ্
গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙী মৌজাৰ ভিন্ন প্ৰান্তত প্ৰবল ধুমুহা বৰষুণৰ তাণ্ডৱ


গোলাঘাট, ২৮ এপ্ৰিল (হি.স.)। গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙী মৌজাৰ ভিন্ন প্ৰান্তত প্ৰবল ধুমুহা বৰষুণৰ তাণ্ডৱ ৷ আজি পুৱা অহা এজাক বতাহ ধুমুহাই বহু গছ গছনী ঘৰ-দুৱাৰ ভাঙি তহিলং কৰে বৃহত্তৰ মৰঙী মৌজাৰ ভিন্ন প্ৰান্তত।

বিশেষকৈ ধলাগুৰি চাহ বাগিচা আৰু উদয়ন চাহ বাগিচাত বিস্তৰ ক্ষতিসাধন। ধলাগুৰি চাহ বাগিচাত ২০ টাৰো অধিক পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন। কথমপী প্ৰাণৰক্ষা ঢলাগুৰি চাহ বাগিচাৰ এটি পৰিয়ালৰ।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande