নগাঁওত সংঘটিত পথ দুৰ্ঘটনাত নিহত এজন
নগাঁও, ২৮ এপ্ৰিল(হি.স.)। নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ ৰাইডঙীয়া গংগা ধাবাৰ সন্মুখত ভয়ংকৰ পথ দু
নগাঁওত সংঘটিত পথ দুৰ্ঘটনাত নিহত এজন


নগাঁও, ২৮ এপ্ৰিল(হি.স.)। নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ ৰাইডঙীয়া গংগা ধাবাৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা।

এএছ০১জিচি ২৬২৩ নম্বৰৰ এখন ট্ৰেভেলাৰৰ খুন্দাত দুৰ্ঘটনাত থিতাতে নিহত এএছ০২ এএল ০৮৯২ নম্বৰৰ মটৰ চাইকেলে আৰোহী। দূৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে জ্যোতি নামৰ ট্ৰেভেলাৰ খন। নিহত হোৱা যুৱক জনক নগাঁৱৰ কাৱৈমাৰিৰ আবু ছাহেদ বুলি জানিব পৰা গৈছে। ঘটনাস্থলিত জাজৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande