লামডিংৰ এটা ভোট কেন্দ্ৰত প্ৰিজাইডিং বিষয়া গৰাকী উচ্চ ৰক্ত চাপত আক্ৰান্ত হোৱাত ভোট গ্ৰহণ স্থগিত
হোজাই, ১৯ এপ্ৰিল(হি.স.)। লামডিং হৰুলংফাৰ মাধ্যমিক বিদ্যালয় ২৫৩ নম্বৰ ভোট কেন্দ্ৰত আজি প্ৰিজাইডিং বিষ
লামডিংৰ এটা ভোট কেন্দ্ৰত প্ৰিজাইডিং বিষয়া গৰাকী উচ্চ ৰক্ত চাপত আক্ৰান্ত হোৱাত ভোট গ্ৰহণ স্থগিত


হোজাই, ১৯ এপ্ৰিল(হি.স.)। লামডিং হৰুলংফাৰ মাধ্যমিক বিদ্যালয় ২৫৩ নম্বৰ ভোট কেন্দ্ৰত আজি প্ৰিজাইডিং বিষয়া গৰাকী উচ্চ ৰক্ত চাপত আক্ৰান্ত হয় অসুষ্ঠ হৈ পৰে।

হোজাইৰ বাসিন্দা সব্বিৰ আলি নামৰ ব্যক্তি গৰাকী লামডিং হৰুলংফাৰ মাধ্যমিক বিদ্যালয় ২৫৩ নম্বৰ ভোট কেন্দ্ৰত প্ৰিজাইডিং বিষয়া হিচাপে কৰ্মৰত হৈছিল যদিও পুৱাৰ ভাগত এনে ঘটনা সংঘটিত হোৱাত ভোট কেন্দ্ৰটোত ভোট গণনা স্থগিত কৰে। ভোট দান কৰিব নাপায় ভোটাৰে হাহাকাৰ ময় পৰিস্থিতিৰ সৃষ্টি কৰে। বৰ্তমানলৈকে বন্ধ হৈ আছে ভোট কেন্দ্ৰটো৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande