তিতাবৰত সকলো ৰাইজক ওলাই আহি ভোট দান কৰিবলৈ আহ্বান গৌৰৱ গগৈৰ
যোৰহাট, ১৯ এপ্ৰিল(হি.স.)। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৫টা সমষ্টিৰ ভিতৰত অন্যতম সমষ্টি যোৰহাট লোক
তিতাবৰত সকলো ৰাইজক ওলাই আহি ভোট দান কৰিবলৈ আহ্বান গৌৰৱ গগৈৰ


যোৰহাট, ১৯ এপ্ৰিল(হি.স.)। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৫টা সমষ্টিৰ ভিতৰত অন্যতম সমষ্টি যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি ভোট গ্ৰহণ কেন্দ্ৰত ভোট দান কৰাৰ পাছত তিতাবৰ সমষ্টিৰ ন আলিৰস্থিত ভোটগ্ৰহন কেন্দ্ৰত উপস্থিত হৈ কংগ্ৰেছৰ কৰ্মকৰ্তা সকলৰ সৈতে মতবিনিময় কৰে গৌৰৱ গগৈয়ে।

তিতাবৰত সকলো ৰাইজক ওলাই আহি ভোট দান কৰিবলৈ আহ্বান জনায় গৌৰৱ গগৈয়ে। বৰ্তমানলৈকে তিতাবৰত ১১.৪৫ শতাংশ আৰু মৰিয়নীত ১২.৭৬ শতাংশ ভোট দান সাব্যস্ত হৈছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande