হকী ইণ্ডিয়া লীগ ২০২৪-২৫ঃ মহিলা শাখাৰ খেলুৱৈৰ নিলামৰ পিছত আঠটা দলৰ সম্পূৰ্ণ তালিকা
নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। বিভিন্ন দেশৰ জুনিয়ৰ আৰু ছিনিয়ৰ খেলুৱৈৰ বাবে ফ্ৰেঞ্চাইজিৰ মাজত কঠোৰ নিলাম যুদ্ধৰ সাক্ষী হৈ মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত হকী ইণ্ডিয়া লীগৰ প্ৰথম মহিলা নিলামৰ সামৰণি পৰে। ২০২৪-২৫ বৰ্ষৰ মহিলা লীগত চাৰিটা দল, দিল্লী এছ
ভাৰতীয় মহিলা গ’লৰক্ষক সবিতা


নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। বিভিন্ন দেশৰ জুনিয়ৰ আৰু ছিনিয়ৰ খেলুৱৈৰ বাবে ফ্ৰেঞ্চাইজিৰ মাজত কঠোৰ নিলাম যুদ্ধৰ সাক্ষী হৈ মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত হকী ইণ্ডিয়া লীগৰ প্ৰথম মহিলা নিলামৰ সামৰণি পৰে।

২০২৪-২৫ বৰ্ষৰ মহিলা লীগত চাৰিটা দল, দিল্লী এছ জি পাইপাৰ্ছ, ওড়িশা ৱাৰিয়ৰ্ছ, শ্ৰাচি ৰাঢ় বেংগল টাইগাৰছ আৰু সুৰমা হকী ক্লাব (হাৰিয়ানা)।

নিলামৰ পিছত উদ্বোধনী মহিলা হকী ইণ্ডিয়া লীগত অংশগ্ৰহণ কৰা চাৰিওটা দলৰ সম্পূৰ্ণ দলৰ তালিকা তলত দিয়া হ’ল:

দিল্লী এছ জি পাইপাৰ্ছ

ডিফেণ্ডাৰ : এমা পাৰ্ভেছ (বেলজিয়াম), জ্যোতি সিং, ষ্টেফানী ডি গ্ৰাফ (বেলজিয়াম), জিজেল এন্নে আইনছলি (গ্ৰেট ব্ৰিটেইন), মিৰি মেৰ’নী (অষ্ট্ৰেলিয়া), এলিজাবেথ এন নীল (গ্ৰেট ব্ৰিটেইন)।

মিডফিল্ডাৰ : মনীষা চৌহান, জান গেৰ্ডিয়েন ডি ৱাৰ্ড (নেদাৰলেণ্ড), খাইদেম শ্বিলেমা চানু, মনীষা মানশ্ৰী।

ফৰৱাৰ্ডঃ সুনালিতা টপ্পো, সংগীতা কুমাৰী, নৱনীত কৌৰ, দীপিকা, মুমতাজ খান, ইশিকা, গীতা যাদৱ, চাৰ্লট ৱাটছন (গ্ৰেট ব্ৰিটেইন), প্ৰীতি ডুবে, হিমাংশী শাৰদ গাৱাণ্ডে।

গ’লৰক্ষক : বিচু দেৱী খাৰিবাম, এলোডি পিকাৰ্ড (বেলজিয়াম), বানছাৰী সোলাংকি।

ওড়িশা ৱাৰিয়ৰ্ছ

ডিফেণ্ডাৰ : ইশিকা চৌধুৰী, ক্লেয়াৰ কলভিল (অষ্ট্ৰেলিয়া), জ্যোতি ছাত্ৰী, অঞ্জলি বৰৱা, লিলি পলিন ষ্টফেলছমা (জাৰ্মানী)।

মিডফিল্ডাৰ : নেহা গোৱাল, ইবি জান্সেন (নেদাৰলেণ্ড), কেটলিন জে নবছ (অষ্ট্ৰেলিয়া), বালজীত কৌৰ, ছোনিকা, ভিক্টোৰিয়া চৌজ (আৰ্জেণ্টিনা), নিছা, নন্দিনি।

ফৰৱাৰ্ডঃ ফ্ৰীকে জৰ্জেট মেৰী (নেড), অনু, ঋতুজা দাদাসো পিছাল, সাক্ষী ৰানা, কণিকা ছিৱাচ, মিচেল ফিলেট (নেড), সাধনা।

গ’লৰক্ষক : জোচেলিন বাৰ্ট্ৰাম (অষ্ট্ৰেলিয়া), মাধুৰী কিণ্ডো, এঞ্জেল হৰ্ষ ৰাণী মিঞ্জ।

শ্ৰাচী ৰাঢ় বেংগল টাইগাৰছ

ডিফেণ্ডাৰ : উদিতা, আপটন ৰয়চিন (আইৰে), এলিনা নীল (আইৰে), মেৰিনা লালৰামনাঘাকী, মহিমা চৌধুৰী।

মিডফিল্ডাৰ : ইভা ৰোমা মাৰিয়া ডি গ’ডে (নেদাৰলেণ্ড), চাৰা হকশ্ব’ (আইৰে), জ্যোতি এডুলা, মুনমুনি দাস, বিনিমা ধন, হুদা খান, সুশীলা চানু পুখ্ৰাম্বম, শিল্পী দবাছ।

ফৰৱাৰ্ডঃ বন্দনা কাটাৰিয়া, লালৰেমচিয়ামি, বিউটি ডাং ডুং, আম্ব্ৰে বেলেংগিয়েন (বেলজিয়াম), কেথেৰিন মুলান (আইৰে), লালৰিনপুই পচুৱাভ, প্ৰিয়ংকা ৱানখেদে, বন্দনা পেটেল।

গ’লৰক্ষক : গ্ৰেচ অ’হেনলন (নিউজিলেণ্ড), জেনিফাৰ ৰিজ’ (আমেৰিকা), বিদ্যাশ্ৰী ভি.

সুৰমা হকী ক্লাব

ডিফেণ্ডাৰ : নিকি প্ৰধান, জ্যোতি, অক্ষতা আবাছো ঢেকলে, প্ৰীতি, পেনি স্কুইব (অষ্ট্ৰেলিয়া), আন্না টোমান (গ্ৰেট ব্ৰিটেইন)।

মিডফিল্ডাৰ : ছালিমা টেটে, বৈষ্ণৱী বিঠাল ফালকে, নাইক লৰেঞ্জ, মাৰিয়া ভাৰ্চকুৰ, হিনা বানু, জিমেনা মাৰিয়া চেড্ৰাছ (আৰ্জেণ্টিনা), ঐশ্বৰ্য ৰাজেশ চাভান, আজমিনা কুজুৰ।

ফৰৱাৰ্ডঃ শৰ্মিলা দেৱী, চাৰ্লট এংগেলবাৰ্ট (বেলজিয়াম), চাৰ্লট ষ্টেপেনহৰ্ষ্ট (জাৰ্মানী), দীপিকা ছ’ৰেং, সোণম, উপাসনা সিং, অমনপ্ৰীত কৌৰ।

গ’লৰক্ষক : সবিতা পুনিয়া, নিধি, নাটালিয়া ছালভাডৰ (চিলি)।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande