মঙলবাৰে নগাঁও জিলাৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ বিজেপিত যোগদান
নগাঁও, ০৭ ছেপ্টেম্বৰ (হি.স.)। নগাঁও জিলাৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কাইলৈ মঙলবাৰে বিজেপিত যোগদান কৰিব পাৰে। দেৱাশীষ শৰ্মাৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকেও বিজেপিত যোগদান কৰিব পাৰে বুলি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিছে । কাইলৈয়ে হ’ব
মঙলবাৰে নগাঁও জিলাৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ বিজেপিত যোগদান


নগাঁও, ০৭ ছেপ্টেম্বৰ (হি.স.)। নগাঁও জিলাৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কাইলৈ মঙলবাৰে বিজেপিত যোগদান কৰিব পাৰে। দেৱাশীষ শৰ্মাৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকেও বিজেপিত যোগদান কৰিব পাৰে বুলি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিছে ।

কাইলৈয়ে হ’ব পাৰে এই যোগদান পৰ্ব। এই যোগদানক লৈ নগাঁৱৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিব ধৰিছে। এই যোগদানৰ ইংগিত দিছে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande