নগাঁৱৰ বৰভেটি কাছমাৰিত মুকলি নাথ এ নামৰ এখন ডেইৰী বিপনী
নগাঁওা, ০৭ ছেপ্টেম্বৰ (হি.স.)। নগাঁৱৰ বৰভেটি কাছমাৰিত মুকলি কৰা হল নাথ এ নামৰ এখন ডেইৰী বিপনী। বিপনীখনত উপলব্ধ থলুৱা দৈ , পনীৰ গাখীৰৰ লগতে আদি গ্ৰাহকৰ পৰা উপলব্ধ উপলব্ধ হ’ব। উল্লেখ্য যে যোৱা দুবছৰ ধৰি বিপনীখনৰ স্বতাধিকাৰী কন্দৰ্প কুমাৰ নাথ
নগাঁৱৰ বৰভেটি কাছমাৰিত মুকলি নাথ এ নামৰ এখন ডেইৰী বিপনী


নগাঁওা, ০৭ ছেপ্টেম্বৰ (হি.স.)। নগাঁৱৰ বৰভেটি কাছমাৰিত মুকলি কৰা হল নাথ এ নামৰ এখন ডেইৰী বিপনী। বিপনীখনত উপলব্ধ থলুৱা দৈ , পনীৰ গাখীৰৰ লগতে আদি গ্ৰাহকৰ পৰা উপলব্ধ উপলব্ধ হ’ব।

উল্লেখ্য যে যোৱা দুবছৰ ধৰি বিপনীখনৰ স্বতাধিকাৰী কন্দৰ্প কুমাৰ নাথে ফাৰ্মিং কৰি আহিছিল। কিন্তু বৰ্তমান বিপনীখনত গ্ৰাহকৰ বাবে উপলব্ধ হ’ব নিজ হাতেৰে তৈয়াৰ কৰা থলুৱা সামগ্ৰী।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande