ৰূপহীহাটৰ শিঙিমাৰীত হিট এণ্ড ৰানৰ ঘটনা।
নগাঁও, ০৭ ছেপ্টেম্বৰ (হি.স.)। ৰূপহীহাটৰ শিঙিমাৰীত হিট এণ্ড ৰানৰ ঘটনা। অচিনাক্ত বাহনে ছয় বছৰীয়া শিশুক খুন্দিয়াই পলায়ণ। নগাওঁ নলতলী ৰাজ্যিক ঘাইপথৰ পূব শিঙিমাৰী কাৰিয়ানা মাদ্ৰাছাৰ সমীপত উক্ত ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়
ৰূপহীহাটৰ শিঙিমাৰীত হিট এণ্ড ৰানৰ ঘটনা।


নগাঁও, ০৭ ছেপ্টেম্বৰ (হি.স.)। ৰূপহীহাটৰ শিঙিমাৰীত হিট এণ্ড ৰানৰ ঘটনা। অচিনাক্ত বাহনে ছয় বছৰীয়া শিশুক খুন্দিয়াই পলায়ণ। নগাওঁ নলতলী ৰাজ্যিক ঘাইপথৰ পূব শিঙিমাৰী কাৰিয়ানা মাদ্ৰাছাৰ সমীপত উক্ত ঘটনা সংঘটিত হৈছে।

দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ণ কৰে বাহন খন। দুৰ্ঘটনাত গুৰুতৰ বাবে আহত শিশুটোক স্থানীয় ৰাইজে ততাতৈয়াকৈ শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাই।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande