কামৰূপ, ০৩ ছেপ্টেম্বৰ (হি.স.)। কামৰূপ জিলাৰ বকোৰ গামেৰীমূৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ২৯ এপিবিএনৰ আৰক্ষী জোৱানৰ গুলিত নিহত হৈছে দুই আৰক্ষী জোৱান। একে ৪৭ৰ গুলিত গুলিবিদ্ধ হয় দুজন। গামেৰীমূৰা আৰক্ষী পহৰা চকীত এই ঘটনা। নিশা সংঘটিত হয় এই ঘটনা।
Invalid email address
संपर्क करें
Hindusthan Samachar News Agency, First Floor, 23, Panchkuian Road, Near R. K. Ashram Metro Station,
Pillar No. 12, New Delhi-110001p>