শোণিতপুৰৰ ঘোৰামাৰীত পথ দুৰ্ঘটনা,দুজন আহত
শোণিতপুৰ, ২৩ ছেপ্টেম্বৰ (হি.স.)। শোণিতপুৰৰ ঘোৰামাৰীত পথ দুৰ্ঘটনা,দুজন আহত। শোণিতপুৰৰ ঘোৰামাৰীত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা।বলেৰ পিক আপ বাহন আৰু এখন বাইকৰ মাজত সংঘটিত হৈছে উক্ত পথ দুৰ্ঘটনাটি।গুৰুতৰ ভাবে আহত হৈছে বাইকত থকা দুজন যুৱক।ইতিমধ্যে দুৰ্ঘ
শোণিতপুৰৰ ঘোৰামাৰীত পথ দুৰ্ঘটনা,দুজন আহত


শোণিতপুৰ, ২৩ ছেপ্টেম্বৰ (হি.স.)। শোণিতপুৰৰ ঘোৰামাৰীত পথ দুৰ্ঘটনা,দুজন আহত।

শোণিতপুৰৰ ঘোৰামাৰীত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা।বলেৰ পিক আপ বাহন আৰু এখন বাইকৰ মাজত সংঘটিত হৈছে উক্ত পথ দুৰ্ঘটনাটি।গুৰুতৰ ভাবে আহত হৈছে বাইকত থকা দুজন যুৱক।ইতিমধ্যে দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত যুৱক দুজনক চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande