মহৰিপাৰাত গ্ৰাহকৰ বাবে মুকলি হ'ল তেল বিতৰণ কেন্দ্ৰ
তামুলপুৰ, ১৮ ছেপ্টেম্বৰ (হি.স.)।মহৰিপাৰাত গ্ৰাহকৰ বাবে মুকলি হ''ল তেল বিতৰণ কেন্দ্ৰ বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পুজাৰ দিনাই তামুলপুৰ জিলাৰ মহৰিপাৰাত মুকলি হ''ল ডিজেল-পেট্ৰলৰ বিতৰণ কেন্দ্ৰ।বিটিচি পৰিষদীয় চৰকাৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্
মহৰিপাৰাত গ্ৰাহকৰ বাবে মুকলি হ'ল তেল বিতৰণ কেন্দ্ৰ


তামুলপুৰ, ১৮ ছেপ্টেম্বৰ (হি.স.)।মহৰিপাৰাত গ্ৰাহকৰ বাবে মুকলি হ'ল তেল বিতৰণ কেন্দ্ৰ

বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পুজাৰ দিনাই তামুলপুৰ জিলাৰ মহৰিপাৰাত মুকলি হ'ল ডিজেল-পেট্ৰলৰ বিতৰণ কেন্দ্ৰ।বিটিচি পৰিষদীয় চৰকাৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য গনেশ কছাৰীয়ে ৰঙা ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে। এম ফিউল নানাৰ ডেলীভেৰী কেন্দ্ৰটো মুকলি কৰি বিটিচিৰ ইএম গৰাকীয়ে অঞ্চলটোৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱা বুলি মন্তব্য কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande