
তিনিচুকীয়া, ১৬ ছেপ্টেম্বৰ (হি.স.)। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ (আটছা) ডুমডুমা শাখা সমিতিৰ উদ্যোগত ঝুমইৰ নৃত্যৰ কৰ্মশালাৰ সম্পন্ন।
অসমৰ চাহ জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য ঝুমইৰক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যে আটছাৰ ডুমডুমা শাখাৰ উদ্যোগত তিনিচুকীয়া জিলাৰ ডুমডুমাত তিনিদিনীয়া ঝুমইৰ নৃত্যৰ কৰ্মশালাৰ সামৰণি।
কৰ্মশালাত প্ৰায় ৪৫০ যুৱক-যুৱতীৰ অংশগ্ৰহণ।
সামৰণি অনুষ্ঠানত উপস্থিত থাকে ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাৰ লগতে একাধিক গণ্যমান্য ব্যক্তি।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু