তিনি অজ্ঞাত লোকৰ ডিএনএ পৰীক্ষাৰ বাবে খন্দা হল ১৫ বছৰ পূৰ্বে কবৰ দিয়া মৃতদেহ
শ্রীভূমি , ১৬ ছেপ্টেম্বৰ (হি.স.)। শ্রীভূমি জিলাৰ ইতিহাসত প্ৰথম ঘটনা। পোন্ধৰ বছৰৰ পিছত কবৰস্থানৰ পৰা তিনিটা মৃতদেহ উলিয়াই থকা হৈছে। পোন্ধৰ বছৰ আগতে তিনিটা অজ্ঞাত পৰিচয়ৰ মৃতদেহ কবৰ দিয়া হৈছিল। এই তিনিটা মৃতদেহৰ ভিতৰত এটা ত্ৰিপুৰাৰ সোম উপাধিৰ এজন
তিনি অজ্ঞাত লোকৰ ডিএনএ পৰীক্ষাৰ বাবে খন্দা হল ১৫ বছৰ পূৰ্বে কবৰ দিয়া মৃতদেহ


শ্রীভূমি , ১৬ ছেপ্টেম্বৰ (হি.স.)। শ্রীভূমি জিলাৰ ইতিহাসত প্ৰথম ঘটনা। পোন্ধৰ বছৰৰ পিছত কবৰস্থানৰ পৰা তিনিটা মৃতদেহ উলিয়াই থকা হৈছে। পোন্ধৰ বছৰ আগতে তিনিটা অজ্ঞাত পৰিচয়ৰ মৃতদেহ কবৰ দিয়া হৈছিল।

এই তিনিটা মৃতদেহৰ ভিতৰত এটা ত্ৰিপুৰাৰ সোম উপাধিৰ এজন ব্যক্তিৰ বুলি সন্দেহ কৰি আদালতৰ নিৰ্দেশত কবৰৰ পৰা তিনিটা মৃতদেহ উলিওৱা হৈছে। উদ্দেশ্য এটাই - সোম উপাধিৰ পৰিয়ালৰ সৈতে মৃতদেহৰ ডিএনএ পৰীক্ষা কৰি পৰিচয় উদ্ধাৰ কৰাৰ প্ৰচেষ্টা।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande