বজালীৰ পুঠিমাৰীত লুইত কন্ঠ জুবিন গাৰ্গ সোঁৱৰণী প্ৰাইজমানি কুইজ প্ৰতিযোগিতা
বজালী, ১৬ ছেপ্টেম্বৰ (হি.স.)। বজালীৰ পুঠিমাৰীত লুইত কন্ঠ জুবিন গাৰ্গ সোঁৱৰণী প্ৰাইজমানি কুইজ প্ৰতিযোগিতা । হেল্ল'' লাইফ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু সমন্বয় যুৱ পৰিষদৰ সহযোগত পুঠিমাৰী অম্বিকাগিৰি হাইস্কুলত লুইত কণ্ঠ জুবিন গাৰ্গৰ সোঁৱৰণ”ত এখনি প্রাইজমান
বজালীৰ পুঠিমাৰীত লুইত কন্ঠ জুবিন গাৰ্গ সোঁৱৰণী প্ৰাইজমানি কুইজ প্ৰতিযোগিতা


বজালী, ১৬ ছেপ্টেম্বৰ (হি.স.)। বজালীৰ পুঠিমাৰীত লুইত কন্ঠ জুবিন গাৰ্গ সোঁৱৰণী প্ৰাইজমানি কুইজ প্ৰতিযোগিতা ।

হেল্ল' লাইফ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু সমন্বয় যুৱ পৰিষদৰ সহযোগত পুঠিমাৰী অম্বিকাগিৰি হাইস্কুলত লুইত কণ্ঠ জুবিন গাৰ্গৰ সোঁৱৰণ”ত এখনি প্রাইজমানি কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হয় ।

প্রতিযোগিতাত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্রহণ কৰে ।

প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ দহ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ সাত হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে পাছ হাজাৰ টকা প্ৰদান কৰিছে ।

ৰাতিপুৱাৰ পৰা পৰিৱেশ নিকাকৰন,গছপুলি ৰোপন, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু মাল্যাৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande