
নগাঁও, ১৩ ছেপ্টেম্বৰ (হি.স.)। আজানৰ সময়ত ভাষণ বন্ধ ৰাখিলে মন্ত্ৰী পিয়ুষ হাজৰিকাই।
ৰূপহী হাটৰ গুনাবাড়ীত অনুষ্ঠিত হৈছে বিজেপিৰ বিশাল যোগদান সভা। ভাষণ দি থাকোঁতে আজান দিয়াত ভাষণ বন্ধ ৰাখিলে মন্ত্ৰী পিয়ুষ হাজৰিকাই।
এক সুন্দৰ নিদৰ্শন দেখুৱাইছে মন্ত্ৰী পিয়ুষ হাজৰিকাই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু