অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখাৰ সমিতিৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক প্ৰত্র প্ৰদান
নগাঁও, ০১ ছেপ্টেম্বৰ (হি.স.)। অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখাৰ সমিতিৰ উদ্যোগত নগাঁও জিলা আয়ুক্ত জড়িয়তে মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক প্ৰত্র প্ৰদান কৰা হয়। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ জন্ম লগ্নৰ পৰা চাহ শ্ৰমিক চাহ জনগোষ্ঠ
অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখাৰ সমিতিৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক প্ৰত্র প্ৰদান


নগাঁও, ০১ ছেপ্টেম্বৰ (হি.স.)। অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখাৰ সমিতিৰ উদ্যোগত নগাঁও জিলা আয়ুক্ত জড়িয়তে মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক প্ৰত্র প্ৰদান কৰা হয়। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ জন্ম লগ্নৰ পৰা চাহ শ্ৰমিক চাহ জনগোষ্ঠীয় লোক সকলৰ লগতে অসম জাতীয় জীৱনৰ প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁ লোকে সংগ্ৰাম কৰি আহিছে।

অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতি তৰফৰ পৰা ঊনৈশ দফীয়া দাবী সন্মিলিত দাবী পত্ৰ নগাঁও জিলা আয়ুক্তৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, শ্ৰমমন্ত্ৰী গৰাকীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande