ক্ষেত্ৰী আৰক্ষীয়ে উৎখাত কৰিলে চোৰাং তেল সৰবৰাহকাৰী চক্ৰ
গুৱাহাটী, ০৮ আগষ্ট (হি.স.)। ক্ষেত্ৰী আৰক্ষীয়ে উৎখাত কৰিলে চোৰাং তেল সৰবৰাহকাৰী চক্ৰ। পুৱতি নিশা দিকচাকৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে জব্দ কৰিলে এখন তেল ভৰ্তি টেংকাৰ। নুমলীগড়ৰ পৰা এএছ ২৩বিচি ৫৩৭৭ নম্বৰৰ পেট্ৰল আৰু ডিজেল পৰিবাহী টেংকাৰ খনে কঢ়ি
ক্ষেত্ৰী আৰক্ষীয়ে উৎখাত কৰিলে চোৰাং তেল সৰবৰাহকাৰী চক্ৰ।


ক্ষেত্ৰী আৰক্ষীয়ে উৎখাত কৰিলে চোৰাং তেল সৰবৰাহকাৰী চক্ৰ।


ক্ষেত্ৰী আৰক্ষীয়ে উৎখাত কৰিলে চোৰাং তেল সৰবৰাহকাৰী চক্ৰ।


গুৱাহাটী, ০৮ আগষ্ট (হি.স.)।

ক্ষেত্ৰী আৰক্ষীয়ে উৎখাত কৰিলে চোৰাং তেল সৰবৰাহকাৰী চক্ৰ।

পুৱতি নিশা দিকচাকৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে জব্দ কৰিলে এখন তেল ভৰ্তি টেংকাৰ।

নুমলীগড়ৰ পৰা এএছ ২৩বিচি ৫৩৭৭ নম্বৰৰ পেট্ৰল আৰু ডিজেল পৰিবাহী টেংকাৰ খনে কঢ়িয়াই আনিছিল প্ৰায় ১২ হাজাৰ লিটাৰ তেল।

অহাৰ পথতে এনেদৰে একাংশ চোৰাং ব্যৱসায়ীৰে মিলি দিকচাকৰ নিৰ্জন স্থানত ড্ৰামেৰে প্ৰায় ৬০০ লিটাৰ তেল টেংকাৰ খনৰ পৰা উলিয়াই থকা অৱস্থাত আৰক্ষীয়ে বাহন খন জব্দ কৰাৰ লগতে চালক নুমলীগড়ৰ চালক জনক।

আনহাতে ৬০০ লিটাৰ তেলসহ কেইবাটাও তেলভৰ্তি ড্ৰাম।

দীৰ্ঘদিনৰে পৰা ডিমৰীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত একাংশ দুষ্ট চক্ৰই এনেদৰে তেল পৰিবাহী টেংকাৰৰ পৰা অবৈধভাৱে পেট্ৰল ডিজেল চুৰি কৰি চলাই গৈছে ৰমৰমীয়া বেহা।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande