দৰঙত বান পৰিস্থিতি পৰ্যবেক্ষন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
দৰঙ, ০৮ আগষ্ট (হি.স.)। আজি দৰঙত বান পৰিস্থিতি পৰ্যবেক্ষন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জিলাখনৰ বিভিন্ন প্ৰান্তত মঠাউৰী চিগি প্লাৱিত কৰিছিল বিভিন্ন অঞ্চল। ক্ষতিসাধন হৈছিল শ শ বিঘা কৃষি ভূমি। মুখ্যমন্ত্ৰী গৰাকীয়ে কপিলী সত্ৰ, ঔতলা, আদি ঠাইৰ ব
দৰঙত বান পৰিস্থিতি পৰ্যবেক্ষন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই


দৰঙ, ০৮ আগষ্ট (হি.স.)। আজি দৰঙত বান পৰিস্থিতি পৰ্যবেক্ষন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জিলাখনৰ বিভিন্ন প্ৰান্তত মঠাউৰী চিগি প্লাৱিত কৰিছিল বিভিন্ন অঞ্চল। ক্ষতিসাধন হৈছিল শ শ বিঘা কৃষি ভূমি। মুখ্যমন্ত্ৰী গৰাকীয়ে কপিলী সত্ৰ, ঔতলা, আদি ঠাইৰ বানাক্ৰান্তৰ কাষত থিয় দিব মুখ্যমন্ত্ৰী গৰাকীয়ে।

যাৰ বাবে ইতিমধ্যে বিভাগীয় ভাবে তৎপৰতা অৱলম্বন কৰা দেখা গৈছে ছিপাঝাৰত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande