নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত মূখ্যদ্বাৰত আটছাৰ প্ৰতিবাদ
গোলাঘাট, ০৭ আগষ্ট (হি.স.)। নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত মূখ্যদ্বাৰত আটছাৰ প্ৰতিবাদ । এন আৰ এলৰ কৰ্মচাৰী ভাৰ্গৱ চান্দিল্যৰ ঘৰত বন কৰা হিচাপে থকা জ্যোতি কেৰকেটা নামৰ যুৱতী গৰাকী ৰহস্যজনক ভাৱে বৃহস্পতিবাৰে মৃত্যু হোৱাক কেন্দ্ৰ কৰি আটছাৰ প্ৰতিবাদ ।

বয়স ফাকি দি নাৱালিকা গৰাকীক যুৱতী সজাই বন কৰা হিচাপে ৰাখি হত্যা কৰি আত্মহত্যাৰ ৰুপ দিয়াৰ অভিযোগ আটছাৰ । নুমলীগড় আৰক্ষী থানাত আটছাই গোচৰ তৰিচে । ঘটনাৰ উচিত তদন্তৰ দাবীত নগৰাঞ্চলত পথ বন্ধ কৰি প্ৰতিবাদ আটছাৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা

 rajesh pande