খাৰুপেটীয়াত ড্ৰাগছ সহ দম্পতীক আটক
দৰং, ০৭ আগষ্ট (হি.স.)। দৰঙৰ খাৰুপেটীয়া আৰক্ষীয়ে দুলিয়াপাৰা গাঁৱৰ পৰা কালি নিশা ড্ৰাগছ সহ এহাল দম্পতীক আটক কৰেে। খাৰুপেটীয়া আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সহ আটক কৰে ইব্ৰাহীম খলিল আৰু হাইমালা খাতুন নামৰ দম্পতীহালক। আৰক্ষীয়ে দম্পতীহালে পৰা ৯৯ টা
খাৰুপেটীয়াত ড্ৰাগছ সহ দম্পতীক আটক


দৰং, ০৭ আগষ্ট (হি.স.)। দৰঙৰ খাৰুপেটীয়া আৰক্ষীয়ে দুলিয়াপাৰা গাঁৱৰ পৰা কালি নিশা ড্ৰাগছ সহ এহাল দম্পতীক আটক কৰেে। খাৰুপেটীয়া আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সহ আটক কৰে ইব্ৰাহীম খলিল আৰু হাইমালা খাতুন নামৰ দম্পতীহালক।

আৰক্ষীয়ে দম্পতীহালে পৰা ৯৯ টা কন্টেইনাৰত প্ৰায় ১৪২ গ্ৰাম ওজনৰ ড্ৰাগছ উদ্ধাৰ কৰে। জানিব পৰা মতে,ড্ৰাগছ খিনি নিজ গৃহৰ মাটিৰ তলত পুতি ৰাখিছিল দম্পত্তি হালে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande