জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰত পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে সন্দিপন গাৰ্গ
গুৱাহাটী, ০৭ আগষ্ট (হি.স.)। জুবিন গাৰ্গৰ খুলশালীয়েক তথা জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্ত সন্দিপন গাৰ্গে পুনৰবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। গোচৰৰ পৰা মুক্তি বিচাৰি আদালতত আৱেদন দাখিল কৰিছে। সন্দিপন গাৰ্গৰ আবেদনৰ শুনানি উচ্চ ন্যায়ালয়ত
जुबीन


গুৱাহাটী, ০৭ আগষ্ট (হি.স.)। জুবিন গাৰ্গৰ খুলশালীয়েক তথা জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্ত সন্দিপন গাৰ্গে পুনৰবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। গোচৰৰ পৰা মুক্তি বিচাৰি আদালতত আৱেদন দাখিল কৰিছে।

সন্দিপন গাৰ্গৰ আবেদনৰ শুনানি উচ্চ ন্যায়ালয়ত হোৱাৰ কথা। তেওঁৰ আবেদনত তেওঁৰ বিৰুদ্ধে থকা অপৰাধমূলক কাৰ্য্যবিধি বন্ধ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ পৰা সকাহ দিবলৈ অনুৰোধ জনাইছে।

গায়ক জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযোগৰ তদন্তৰ কেইবাজনো অভিযুক্তৰ বিৰুদ্ধে চলি থকা আইনী প্ৰক্ৰিয়াৰ মাজতে এই বিষয়টো পোহৰলৈ আহিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande