ধুবুৰীৰ গৌৰীপুৰত দুই প্ৰবঞ্চকক আটক
ধুবুৰী, ০৭ আগষ্ট (হি.স.)। ধুবুৰীৰ গৌৰীপুৰত দুই প্ৰবঞ্চকক আটক। প্ৰবঞ্চক দুটাই এগৰাকী মহিলাৰ পৰা এটিএম কাৰ্ড সলনি কৰি ৩৫ হাজাৰ টকা লুটিছিল। প্ৰবঞ্চক দুটা ছানোৱাৰ আলী আৰু আমিৰ আলী। প্ৰবঞ্চক দুটাৰ পৰা ১২ টা ভিন্ন বেংকৰ এটিএম কাৰ্ড, দুটা মোবাইল ফোনৰ
ধুবুৰীৰ গৌৰীপুৰত দুই প্ৰবঞ্চকক আটক


ধুবুৰী, ০৭ আগষ্ট (হি.স.)। ধুবুৰীৰ গৌৰীপুৰত দুই প্ৰবঞ্চকক আটক।

প্ৰবঞ্চক দুটাই এগৰাকী মহিলাৰ পৰা এটিএম কাৰ্ড সলনি কৰি ৩৫ হাজাৰ টকা লুটিছিল।

প্ৰবঞ্চক দুটা ছানোৱাৰ আলী আৰু আমিৰ আলী।

প্ৰবঞ্চক দুটাৰ পৰা ১২ টা ভিন্ন বেংকৰ এটিএম কাৰ্ড, দুটা মোবাইল ফোনৰ আৰু নগদ ২০ হাজাৰ টকা জব্দ আৰক্ষীৰ।

আৰক্ষীয়ে প্ৰবঞ্চক দুটাক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande