
লখিমপুৰ, ০৭ আগষ্ট (হি.স.)। উৎকট গৰমৰ মাজতে ঢকুৱাখনাত ধুমুহাৰ কালৰূপ।
পুৱতি নিশা অহা এজাক প্ৰচণ্ড ধুমুহাই তচনচ কৰি গ'ল ঢকুৱাখনাৰ বাঘচুক অঞ্চল
।
ধুমুহাৰ ফলত অঞ্চলটোৰ ৩০ টাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ বিস্তৰ ক্ষতিসাধন
ধুমুহাই উৰুৱাই নিলে বাঘচুক প্ৰাথমিক বিদ্যালয়ৰ মূধচ
ধুমুহাৰ ফলত বিদ্যালয়খনৰ গৃহৰ লগতে আচবাবসমূহ সম্পূৰ্ণৰূপে নষ্ট হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা