হাজোৰ নয়নপুৰত সংঘটিত পথ দুৰ্ঘটনাত দুজন নিহত
কামৰূপ, ০৬ আগষ্ট (হি.স.)। হাজোৰ নয়নপুৰত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাছে মাহতিয়ালে বাইক আৰোহীক। ঘটনাস্থলীতে নিহত দুই বাইক আৰোহী যুৱক। গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে আহি আছিল বাছখন। দুর্ঘটনাগ্ৰস্থ বাছ খনৰ নম্বৰ এএছ ১৫ চি ০৮৯১ ।থানাত আত্মসমৰ্পন
হাজোৰ নয়নপুৰত সংঘটিত পথ দুৰ্ঘটনাত দুজন নিহত


কামৰূপ, ০৬ আগষ্ট (হি.স.)। হাজোৰ নয়নপুৰত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাছে মাহতিয়ালে বাইক আৰোহীক। ঘটনাস্থলীতে নিহত দুই বাইক আৰোহী যুৱক। গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে আহি আছিল বাছখন। দুর্ঘটনাগ্ৰস্থ বাছ খনৰ নম্বৰ এএছ ১৫ চি ০৮৯১ ।থানাত আত্মসমৰ্পন দুৰ্ঘটনা সংঘটিত কৰা বাছ খনৰ চালক আৰু হেণ্ডিমেন্ট গৰাকী।

বৰ্তমানেও চিনাক্ত হোৱা নাই নিহত যুৱক দুজন।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande