সদৌ তিৱা ছাত্ৰ সংস্থা ৰ উদ্যোগত এক বিশেষ প্ৰকল্প মিচন প্ৰাগ্য ১.০ গ্ৰহণ
মৰিগাঁৱ, ০৬ আগষ্ট (হি.স.)। মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ সংবাদমেল। অসমৰ ছাত্ৰ সমাজ তথা তিৱা জনগোষ্ঠীৰ শৈক্ষিক আৰু সামাজিকা-সাংস্কৃতিক উত্তৰণৰ বাবে অঙ্গীকাৰবদ্ধ সদৌ তিৱা ছাত্ৰ সংস্থা (ATSU)-ৰ উদ্যোগত এক বিশেষ প্ৰকল্প মিচন প্ৰাগ্য ১.০ গ্ৰহণ কৰা হ
মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ সংবাদমেল


মৰিগাঁৱ, ০৬ আগষ্ট (হি.স.)। মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ সংবাদমেল। অসমৰ ছাত্ৰ সমাজ তথা তিৱা জনগোষ্ঠীৰ শৈক্ষিক আৰু সামাজিকা-সাংস্কৃতিক উত্তৰণৰ বাবে অঙ্গীকাৰবদ্ধ সদৌ তিৱা ছাত্ৰ সংস্থা (ATSU)-ৰ উদ্যোগত এক বিশেষ প্ৰকল্প মিচন প্ৰাগ্য ১.০ গ্ৰহণ কৰা হৈছে।

এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোৰ উদ্দেশ্যে, নীতি-নিয়ম আৰু বিস্তৃত কাৰ্যসূচী ৰাইজৰ সন্মুখত আনুষ্ঠানিকভাৱে ডাঙি ধৰে সংগঠনটোৰ নেতৃত্বই।

প্ৰাগ্য ১.০ প্ৰকল্পৰে সন্থাৰ কৰ্মসূচীৰ আনুষ্ঠানিক ঘোষণা। কৰা লগতে সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ এই যাত্ৰাত ৰাইজৰ সহযোগিতা কামনা কৰে সংগঠনটোৱে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande