মৰিয়নিত বানে বিপৰ্যস্ত কৰা কৃষকৰ কাষত থিয় দিছে ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি
যোৰহাট, ০৬ আগষ্ট (হি.স.)। বানে বিপৰ্যস্ত কৰা কৃষকৰ কাষত থিয় দিছে ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি । মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় ১০ বিঘা ভূমিত কঠিয়া পাৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত ৰাইজৰ দলে । টীয়কৰ কলিয়াপানীস্থিত আউন
মৰিয়নিত বানে বিপৰ্যস্ত কৰা কৃষকৰ কাষত থিয় দিছে ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি


যোৰহাট, ০৬ আগষ্ট (হি.স.)। বানে বিপৰ্যস্ত কৰা কৃষকৰ কাষত থিয় দিছে ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি

। মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় ১০ বিঘা ভূমিত কঠিয়া পাৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত ৰাইজৰ দলে

। টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰৰ চৌহদত কঠিয়া সিঁচা এই কাৰ্য্যসূচীত উপস্থিত থাকে অনান্য সকলৰ লগতে ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande