লংকাৰ উদালীত আৰক্ষীৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি
হোজাই, ০৬ আগষ্ট (হি.স.)। লংকাৰ উদালীত আৰক্ষীৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে গাঁওৰক্ষী বাহিনীৰ এজন সভাপতি ।জাহাঙ্গীৰ আলম নামৰ উদালী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি জনক ভাৰতীয় ন্যায় সংহিতা,২০২৩ ৰ ৩০৮(৬) ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছে উদালী পহৰা চকীৰ
লংকাৰ উদালীত আৰক্ষীৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি


হোজাই, ০৬ আগষ্ট (হি.স.)। লংকাৰ উদালীত আৰক্ষীৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে গাঁওৰক্ষী বাহিনীৰ এজন সভাপতি ।জাহাঙ্গীৰ আলম নামৰ উদালী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি জনক ভাৰতীয় ন্যায় সংহিতা,২০২৩ ৰ ৩০৮(৬) ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছে উদালী পহৰা চকীৰ আৰক্ষীয়ে ।

উদালী গাঁৱৰ মফিজ উদ্দীন আহমেদ নামৰ ব্যক্তি এজনৰ পৰিয়ালৰ পৰা ৫০,০০০ হেজাৰ টকা দাবী কৰিছিল উদালী পহৰা চকীৰ আৰক্ষীৰ নামত ।গোচৰ মীমাংসাৰ নামত আৰক্ষীক দিব লাগে বুলি দাবী কৰিছিল ধন ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande